গণনা শাখাৰ কাৰ্যক্ৰম –
অৰ্থবিভাগৰ নীতি-আদৰ্শ অনুযায়ী আৰু প্ৰয়োজন সাপেক্ষে ভিন্ন ক্ষেত্ৰৰ প্ৰাধিকৰণ অনুসৰি প্ৰতি দিনাৰ অৰ্থ আদান-প্ৰদানৰ সঠিক হিচাপ ৰখা হয়। ভিন্ন ধৰণৰ হিচাপ-নিকাচ দলক সময়ে সময়ে ৰেকৰ্ডবোৰ ৰাখিবলৈ দিয়া হয় যাতে প্ৰয়োজনীয় উত্তৰ নিগমৰ তথ্যপাতি আৰু ক্ৰমণিকা অনুসৰি দিব পৰা যায়।
Title | Size | Detail |
---|---|---|
Balance Sheet 2016.pdf | 2.37 MB | |
Cash Flow Statement 2015-2016.pdf | 3.05 MB | |
Particular of Share Capital.pdf | 1.72 MB | |
Profit _ Loss 2016.pdf | 2.22 MB |