মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড

ৱেবছাইটৰ তথ্য পৰিচালক

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ ৱেবছাইটৰ তথ্য আৰু বিষয়সমূহ ৱেবছাইটৰ বিষয়বস্তু দায়িত্ব ম্যাট্রিক্সত থকা বিষয়বস্তু পৰিচালকৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে ৷ আমাৰ উদ্দেশ্য হৈছে নাগৰিকক সঠিক তথ্য প্রদান কৰা ৷ যদি কিবা ভুল পৰিলক্ষিত হয়​ অনুগ্রহ কৰি আমাক জনাব ৷ 

ৱেবছাইটৰ তথ্য পৰিচালক

 

মুনি কৃষ্ণ শৰ্মা

স্থাপন প্ৰৱন্ধক

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড