মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড

মুদ্ৰণ আৰু প্ৰকাশন

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডে ক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পাঠ্যপুথি প্ৰকাশ কৰিছে।

বিনামূলীয়া পাঠ্যপুথি ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে –

নিগমে এচিয়ালৈকে অসমীয়া, বেংগলী, বড়ো, মণিপুৰী, গাৰো, নেপালী, হামাৰ, কাৰ্বি আৰু ইংৰাজী এি নটা মাধ্যমৰ বাবে ২৪২ টা ভিন্ন শীৰ্ষকেৰে ২.২০ কোটিখন কিতাপ প্ৰকাশ কৰি উলিয়াইছে ইয়াৰ উপৰিও নিগমে আৰবিক, সংস্কৃত, বিষ্ণুপ্ৰিয়া, মণিপুৰী, তিৱা, মিচিং, টাই, ৰাভা আৰু দেউৰী ভাষাতো কিতাপ প্ৰকাশ কৰি উলিয়াইছে।

নৱম আৰু দশম শ্ৰেণীৰ বাবে বিনামূলীয়া পাঠ্যপুথি

নৱম আৰু দশম শ্ৰেণীৰ বাবে পাঁচটা মাধ্যম যেনে- অসমীয়া, বঙালী, বড়ো, ইংৰাজী আৰু মণিপুৰী ভাষাত পাঠ্যপুথি প্ৰকাশ কৰা হৈছে। ইয়াৰোপৰি আৰবিক, সংস্কৃত, পাৰ্চী, উৰ্দু, নেপালী আৰু চান্তালী ভাষাতো কিতাপ উপলব্ধ আছে।

২০১৭ খণ্ডৰ বাবে ছপাশালৰ পৰা পোৱা পাঠ্যপুথিৰ হিচাপ-

ক শ্ৰেণীৰ পৰা অষ্টমলৈ

২১,৭৫৬৫৮৪ খন

নৱম +দশম

১০,৬৩৮৬২১ খন

ছপাশালৰ পৰা পোৱা মুঠ কিতাপ

৩২৩৯৫২০৫ খন

পুৰণি জমা                              

(নৱম আৰু  দশম)

৫৯৮৫১ খন

পুৰণি জমা (ক শ্ৰেণীৰ পৰা অষ্টমলৈ)

৮৪০০০ খন

প্ৰণয়ন শাখা মূলতঃ তলৰ কাৰ্যক্ৰমৰ বাবে দায়বদ্ধ-

(১) ই-নিবিদাৰ মুকলি/ কাগজ সংগ্ৰহৰ কাৰণে এন.আই.টি.

(২) পৰীক্ষাগাৰৰ জৰিয়তে কাগজ পৰীক্ষা কৰাৰ পদ্ধতি।

(৩) যোগান আদেশ জাৰি কৰা।

(৪) পাঠ্যপুথি ছপা কৰাৰ বাবে মুকলি নিবিদা

(৫) অৰ্হতাসম্পন্ন ছপাশালৰ নিৰ্বাচন।

(৬) মুদ্ৰণ আদেশ প্ৰদান কৰা

(৭) ছপাৰ কাম আগবঢ়াটো নিৰীক্ষণ কৰা

(৮) ছপাশালৰ পৰা আৰ্হি গ্ৰহণ কৰি সেইমতে মঞ্জুৰ কৰা।

(৯) কাগজ আৰু ছপাৰ হিচাপ পত্ৰ প্ৰকৰণ।

Downloads
TitleSizeDetail
Book List for Class- Ka-sreni - VIII_0.pdf99.63 KBswf-image
List of textbook IX-X for Acd Session 2017_0.pdf63.91 KBswf-image